কৰ্মকৰ্তাসকল
উদ্যাপন সমিতিৰ কৰ্মকৰ্তাসকল ঃ
উপদেষ্টা মণ্ডলী – গিৰিশ ফুকন, কিৰণ চন্দ্ৰ গগৈ, দুৰ্গা ফুকন, ডাঃ কেশৱ চন্দ্ৰ গগৈ, দেবেন ফুকন, টিকেন্দ্ৰ শইকীয়া, পদ্মেশ্বৰ বৰগোঁহাই, প্ৰবীণ ভৰালী, পূৰ্ণানন্দ চেতিয়া, প্ৰেম গগৈ, ৰাজু শইকীয়া, প্ৰদীপ চমুৱা, পূৰ্ণানন্দ গোঁহাই
সভাপতি – হিৰণ্য হাজৰিকা
কাৰ্যকৰী সভাপতি – লেখন ফুকন
উপ-সভাপতি – ৰমণী গোঁহাই, হেমন্ত বৰুৱা, সঞ্জয় ফুকন, ৰবিন্দ্ৰ (ধন) হাজৰিকা
সম্পাদক – উত্তম হাজৰিকা
সহঃ সম্পাদক – চন্দ্ৰ বুঢ়াগোঁহাই, নৃপেন গোঁহাই, গোপালকৃষ্ণ বৰুৱা, তুলসী গগৈ
প্ৰচাৰ সম্পাদক – দীপাংকৰ চেতিয়া, দুলাল দাস
কাৰ্যকৰী সদস্যসকল – লোহিত লাহন, সুৰেণ চাংমাই, বুবুল গগৈ, চন্দ্ৰেশ্বৰ শইকীয়া, কৃষ্ণকমল শইকীয়া, উমাকান্ত বৰুৱা, ভূপেন কোঁৱৰ, চিত্ৰা চাংমাই, পল্লৱিতা বৰুৱা, টুটুমনি গগৈ
সাংস্কৃতিক উপ-সমিতি – সভাপতি – সুভাষ দিহিঙ্গীয়া
সম্পাদক – হেমকান্ত সন্দিকৈ, নৱ চেতিয়া
স্মৰণিকা সম্পাদক – লক্ষীমাই হাজৰিকা, পাপৰি গগৈ
সমন্বয়ক – যোগানন্দ গগৈ
কৰ্ণধাৰ সমিতি – অকণ গোঁহাই, ডিম্বেশ্বৰ চেতিয়া, দণ্ডিধৰ গোঁহাই, গুণ হাজৰিকা, দেউকন গগৈ, হিৰণ্য হাজৰিকা, উত্তম হাজৰিকা
নাট পৰিচালনা –
নাটকৰ সামগ্ৰিক পৰিচালক – হৰেণ শইকীয়া
নাট পৰিচালক – জয়ন্ত গগৈ, জিতুল কিশোৰ চুতীয়া, শৈলেন দত্ত
স্মাৰক – পৱন ফুকন, ৰবিন্দ্ৰ বৰুৱা, দীপাংকৰ চেতিয়া, নিলোৎপল বৰুৱা
নৃত্য পৰিচালক – মহাৰাস – মুণ্টু গগৈ
মহাৰাস সহ-পৰিচালক – জিচ্মি হাজৰিকা
গোপবালক – লক্ষীমাই হাজৰিকা
প্ৰস্তাবনা দৃশ্য – বিজয়া গগৈ
তত্বাৱধায়ক – মহাৰাস – বিজয় ভৰালী
গোপবালক – দীপাংকৰ চেতিয়া, দুলাল দাস
পোহৰ পৰিচালক – বিজয় ভৰালী
পোহৰ সহঃ পৰিচালক – বিষ্ণু ভৰালী, দেৱজিত (সোণটো) হাজৰিকা
মঞ্চসজ্জা পৰিকল্পনা আৰু পৰিচালক – সঞ্জয় ফুকন
মঞ্চসজ্জা পৰিকল্পনা আৰু সহঃ পৰিচালক – চন্দ্ৰ বুঢ়াগোঁহাই, ৰেপন চেতিয়া
শব্দ পৰিচালক – ৰবীন্দ্ৰ (ধন) হাজৰিকা
সাজ-সজ্জা ব্যৱস্থাপক – দেৱজিত বৰগোঁহাই, ৰাজু গগৈ
মণ্ডপ, টিকেটঘৰ, আসন ব্যৱস্থাপক – পূৰ্ণানন্দ গোঁহাই, হিৰণ্য বৰগোঁহাই, ৰমেণ বুঢ়াগোঁহাই, ফুলেন ভৰালী
খাদ্য ব্যৱস্থাপক – উপেন বড়ো, প্ৰদীপ (প্ৰভাত) দত্ত, জয়ন্ত কুমাৰ বৰগোঁহাই
দ্বাৰপাল ব্যৱস্থাপক – ধৰণী বৰ্মন, দীপু গগৈ
নিৰাপত্তা ব্যৱস্থাপক – ঘিলামৰা আৰক্ষী থানা আৰু ঘিলামৰা উন্নয়ন কমিটি
