কৰ্মকৰ্তা তথা শিল্পীসকল(১৯৭৮ চনৰ পৰা..)

গোহাৰি

ঘিলামৰা আঞ্চলিক ৰাসৰ সৈতে বিভিন্ন সময়ত জড়িত কৰ্মকৰ্তা, শিল্পী তথা কলা-কুশলীসকলৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ প্ৰয়াস কৰা হৈছে। দীৰ্ঘদিনীয়া সময় অতিবাহিত হোৱাৰ ফলত বহু ব্যক্তিৰ নাম অগোচৰে ৰৈছে। সেয়ে আপোনালোকৰ জ্ঞাত ব্যক্তিৰ নাম আমালৈ প্ৰেৰণ কৰিবৰ বাবে অনুৰোধ জনালো।
– উদযাপন সমিতি

১৯৭৮ চনৰ পৰা –

প্ৰথম সভাপতি – শ্ৰীযুত তিলক চন্দ্ৰ চেতিয়া

প্ৰথম সম্পাদক – ঁমানিক শইকীয়া

অন্যান্যসকল – ঁকেশৰাম বৰুৱা, ঁকৈলাশ শৰ্মা, ঁপ্ৰসন্ন বুঢ়াগোঁহাই, ঁবিপিন গোস্বামী, ঁপ্ৰমোদ হাজৰিকা, ঁকুল হাজৰিকা, ঁলীলেশ্বৰ চুতীয়া, শ্ৰী বিষ্ণু বৰুৱা, ঁতিলেন গগৈ, ঁপৰমা গগৈ, ঁদেবেশ্বৰ পেগু, ঁডাঃ বাগলাৰী, ঁসত্যনাথ গগৈ, ঁতিলেশ্বৰ বৰুৱা, ঁসুধন্য দাস, শ্ৰী মাধৱ শৰ্মা, শ্ৰী ৰমেশ শৰ্মা, ঁযোগেন বৰুৱা, ঁভৰপুৰ হাজৰিকা, ঁভোগেশ্বৰ সুত, ঁভৱেন পাত্ৰ, ঁপ্ৰভাত দত্ত, ঁকেশৱ মহন্ত, ঁস্বৰদিন্দু ডেকা, ঁলীলা ফুকন, ঁহেমন্ত চাংমাই, শ্ৰী বলিচৰণ গগৈ, শ্ৰী হেম দাস, ঁপূৰ্ণ বৰুৱা, ঁবিজয় হাজৰিকা, শ্ৰী পৱিত্ৰ কুমাৰ বৰুৱা, ঁপ্ৰদীপ ভৰালী, ঁকৃপাসিন্ধু অধিকাৰী, ঁকেশৰাম চাংমাই, শ্ৰী দুৰ্গানাথ ফুকন, বুদ্ধেশ্বৰ শইকীয়া, ঁকুমুদ সোনোৱাল, ঁনন্দেশ্বৰ হাজৰিকা, ঁবীৰেন ভৰালী, ঁহেম হাজৰিকা, ঁমাধৱ বড়া, ঁজীৱেশ্বৰ গগৈ, ঁভৱ গগৈ, ঁদ্ৰোণ গগৈ, ঁপদ্মেশ্বৰ চুতীয়া, শ্ৰী মানিক ফুকন, ঁমহেন্দ্ৰ বৰুৱা, ডাঃ গণেশ গোঁহাই, ঘন হাজৰিকা, ঁঘনশ্যাম গগৈ, ঁকুলেশ্বৰ গোঁহাই, শ্ৰীকুমাৰ ৰায়, ঁবীৰেণ ভৰালী, শ্ৰী তীৰ্থ বৰুৱা, শ্ৰী গোলাপ গোঁহাই, শ্ৰী ধনী গগৈ, শ্ৰী ইন্দ্ৰেশ্বৰ ভূঞা

অভিনেতা-অভিনেত্ৰীসকলঃ

কংস – ঁলক্ষী দিহিঙ্গীয়া, শ্ৰী সোনবৰ দত্ত, শ্ৰী দেবেন ফুকন, ঁভোলা দত্ত, ঁপ্ৰসন্ন বুঢ়াগোঁহাই, ঁসত্যনাথ গগৈ, ঘন বৰা, ঁডিম্বেশ্বৰ গগৈ, শ্ৰী গিৰীশ ফুকন, শ্ৰী ৰাজু শইকীয়া, শ্ৰী দ্বিপেন চুতীয়া, শ্ৰী হৰেণ শইকীয়া, শ্ৰী উত্তম দত্ত, শ্ৰী ধ্ৰুৱজ্যোতি নাথ, যুগল শইকীয়া, শ্ৰী কাতিৰাম হাজৰিকা,

কালকেতু – শ্ৰী সোনবৰ দত্ত, ঁতনু ফুকন, শ্ৰী চন্দ্ৰ শইকীয়া, শ্ৰী পৰমা বৰুৱা, শ্ৰী দ্বিপেন চুতীয়া, ঁদিলীপ দিহিঙ্গীয়া, শ্ৰী লেখন ফুকন, শ্ৰী জিতুল কিশোৰ চুতীয়া, শ্ৰী ব্ৰজেন বৰুৱা, শ্ৰী গিৰিন্দ্ৰ হাজৰিকা, শ্ৰী তিলক শইকীয়া, শ্ৰী গোপালকৃষ্ণ বৰুৱা, শ্ৰী উমাকান্ত বৰুৱা

বসুদেৱ – শ্ৰী পবিত্ৰ কুমাৰ বৰুৱা, ঁকৃপাসিন্ধু অধিকাৰী, শ্ৰী মাধৱ শৰ্মা, ঁঅৰুণ দত্ত, শ্ৰী ভূপেন ভৰালী, শ্ৰী লেখন ফুকন, ঁশ্যামল হাজৰিকা, শ্ৰী হিৰণ্য হাজৰিকা, শ্ৰী দীপক হাজৰিকা, শ্ৰী জিতুল কিশোৰ চুতীয়া, শ্ৰী যোগানন্দ গগৈ, শ্ৰী বিমান গগৈ

দৈৱকী – শ্ৰীমতী সৰুজ বৰুৱা, শ্ৰীমতী মীনা চায়েঙ্গীয়া, শ্ৰীমতী বিজয়া ভৰালী, শ্ৰীমতী ৰেখা গগৈ, শ্ৰীমতী স্বপ্না গোঁহাই, শ্ৰীমতী মীনা বৰুৱা, শ্ৰীমতী জ্যোতিমনি ভৰালী, শ্ৰীমতী বেবী বৰগোঁহাই, শ্ৰীমতী জ্যোত্স্না হাজৰিকা, শ্ৰীমতী দেৱযানী গগৈ, শ্ৰীমতী নিজৰা কলিতা, শ্ৰীমতী শ্যামলিমা হাজৰিকা, শ্ৰীমতী ৰেখা বড়া, শ্ৰীমতী ফুলপ্ৰভা হাজৰিকা, শ্ৰীমতী অনিমা গগৈ, শ্ৰীমতী নিৰুপমা গগৈ, শ্ৰীমতী দময়ন্তী, শ্ৰীমতী বৰষা বুঢ়াগোঁহাই

নন্দ – ঁপ্ৰমোদ হাজৰিকা, শ্ৰী কিৰণ শইকীয়া, শ্ৰী মুকুল বৰুৱা, শ্ৰী লেখন ফুকন, শ্ৰী চন্দ্ৰ শইকীয়া, ঁভোগেশ্বৰ সুত, শ্ৰী ভৰত গগৈ, ঁপ্ৰভাত দত্ত, শ্ৰী ৰাজেন গোঁহাই, শ্ৰী বলিন দত্ত

যশোদা – ঁবৰ্ণালী গগৈ, শ্ৰীমতী জয়তৰা হাজৰিকা, শ্ৰীমতী বীনা গগৈ, শ্ৰীমতী অমল হাজৰিকা, শ্ৰীমতী হেমাঞ্জলী চেতিয়া, শ্ৰীমতী বিজুমনি ফুকন দস্তিদাৰ, শ্ৰীমতী অ্ন্নদা বড়া, শ্ৰীমতী সোণমনি গগৈ, শ্ৰীমতী ৰূপা মহন্ত, শ্ৰীমতী ৰূপা দাস, শ্ৰীমতী হেপী দিহিঙ্গীয়া

উগ্ৰসেন – ঁভোলা দত্ত, শ্ৰী মাধৱ শৰ্মা, ঁলীলা (দৰ্জী) ফুকন, ঁতিলেন গগৈ, ঁকৃপাসিন্ধু অধিকাৰী, নাজিম আদমেদ, শ্ৰী গিৰিন্দ্ৰ হাজৰিকা, ঁডম্বৰু চাংমাই, ঁসুধন্য দাস, শ্ৰী জিতুল কিশোৰ চুতীয়া, শ্ৰী মহেশ দত্ত

অক্ৰূৰ – ঁশুভ সাৰথি, ঁভবেন পাত্ৰ, শ্ৰী ভূপেন গগৈ, ঁঘনশ্যাম গগৈ, ঘনশ্যাম গগৈ (ঢাপলিয়াল গাঁও), শ্ৰী সঞ্জয় ফুকন, শ্ৰী ৰাজেন শইকীয়া, মহেশ দত্ত

কৃষ্ণ – ঁৰুদ্ৰ হাজৰিকা, ঁবীৰেণ ভৰালী, শ্ৰীমতী মঞ্জুলা গগৈ, শ্ৰীমতী বিজয়া গগৈ, শ্ৰীমতী অনিমা গগৈ, শ্ৰীমতী লক্ষীমাই হাজৰিকা, শ্ৰীমতী কবিতা হাজৰিকা, শ্ৰীমতী ৰূপা হাজৰিকা, ঁইন্দিৰা হাজৰিকা, শ্ৰী প্ৰভাত হাজৰিকা, শ্ৰী হিৰণ্য হাজৰিকা, শ্ৰী গঙ্গা হাজৰিকা, শ্ৰী প্ৰাঞ্জল হাজৰিকা, শ্ৰী প্ৰিয়ব্ৰত হাজৰিকা, শ্ৰী প্ৰবীণ ভৰালী (নয়নমনি), শ্ৰী দুলেন হাজৰিকা, শ্ৰী ৰণ্টু দত্ত, শ্ৰীমতী হেমাঞ্জলী চেতিয়া, শ্ৰীমতী মুনমী বড়া, শ্ৰীমতী জাহ্নৱী বুঢ়াগোঁহাই, শ্ৰী ৰিতুপৰ্ণ বুঢ়াগোঁহাই, শ্ৰী গীতাশ চেতিয়া, শ্ৰী প্ৰসন্ন হাজৰিকা (হাজিৰা), শ্ৰী সঞ্জয় ফুকন, জীৱন দত্ত, শ্ৰী ভাৰ্গৱ ফুকন

বলোৰাম – ঁপৰমা গগৈ, শ্ৰী নৃপেন চুতীয়া, শ্ৰী কেশৱ গোস্বামী, শ্ৰী নৱজ্যোতি শইকীয়া, শ্ৰী পুলক হাজৰিকা, শ্ৰী দিপাংকৰ হাজৰিকা, শ্ৰী ৰমেন ভৰালী, শ্ৰী মুকুল সুত, শ্ৰী প্ৰদীপ (প্ৰভাত) দত্ত

নাৰায়ণ – শ্ৰী তিলক চন্দ্ৰ চেতিয়া, শ্ৰী পৱিত্ৰ কুমাৰ বৰুৱা, ঁকৃপাসিন্ধু অধিকাৰী, শ্ৰী হিৰণ্য হাজৰিকা, শ্ৰী দেউকন গগৈ, শ্ৰী মহেশ দত্ত

অন্যান্য ভাৱত – শ্ৰী লোহিত বৰা, ঁভদ্ৰেশ্বৰ ৰাভা, শ্ৰী কিৰণ শইকীয়া, শ্ৰী ৰাজেন শইকীয়া, শ্ৰী ৰাজেন চুতীয়া, ঁযোগেন বৰুৱা, শ্ৰীমতী হেমাঞ্জলী চেতিয়া, শ্ৰীমতী মুন্টু গগৈ, শ্ৰী বিনন্দ চুতীয়া, শ্ৰীমতী ৰীণা দত্ত, শ্ৰীমতী ইনা দত্ত, শ্ৰী অশোক শৰ্মা, শ্ৰী টুনিৰাম হাজৰিকা, শ্ৰী ভোগেশ্বৰ শইকীয়া, শ্ৰী যোগেন হাজৰিকা, শ্ৰী পদ্ম বৰা আদি

কণ্ঠ – ঁশ্ৰীধৰ বৰুৱা, ঁমনো ভূঞা, শ্ৰীমতী নিজৰা গোস্বামী, শ্ৰীমতী বিনিতা গগৈ, ঁনৱজিত দাস, শ্ৰীমতী ইন্দিৰা হাজৰিকা, ঁবীৰেণ ভৰালী, শ্ৰী ৰঞ্জিত দাস, শ্ৰী হেমকান্ত সন্দিকৈ, শ্ৰীমতী দীপা দাস, শ্ৰীমতী মল্লিকা দাস, শ্ৰীমতী পাপৰি গগৈ, শ্ৰীমতী পূৰৱী গগৈ, শ্ৰী প্ৰশান্ত ৰাজকোঁৱৰ, শ্ৰীমতী পৰিস্মৃতা ফুকন, শ্ৰীমতী পাৰিজাত গগৈ, শ্ৰীমতী পাৰুল বৰগোঁহাই, শ্ৰীমতী অলি হাজৰিকা, শ্ৰীমতী বীনা হাজৰিকা, শ্ৰীমতী ৰীতা দেৱী মেদক, শ্ৰীমতী জুৰি গোঁহাই, শ্ৰীমতী নিজৰা চেতিয়া, শ্ৰীমতী বীণা গোঁহাই, শ্ৰীমতী সোণমাই চুতীয়া, শ্ৰীমতী বন্তি চুতীয়া, শ্ৰীমতী নিতুমনি বৰুৱা

সংগীত – শ্ৰী নিৰ্মল হাজৰিকা, শ্ৰী ৰবিন্দ্ৰ চাংমাই, শ্ৰী নৱ চেতিয়া, শ্ৰী উৎপল ফুকন,শ্ৰী সুভাষ দিহিঙ্গীয়া ঁশ্যামল হাজৰিকা, শ্ৰী হিৰণ্য গগৈ, শ্ৰী কেশৱ গগৈ, শ্ৰী জ্যোতিষ(জিতুল) গগৈ, শ্ৰী প্ৰদীপ গগৈ, শ্ৰী মনোজ কোঁচ, শ্ৰী ৰাজু হাজৰিকা, শ্ৰী দ্বীপ হাজৰিকা, শ্ৰীদেৱজিত লাহন,শ্ৰী বাবু দাস,শ্ৰী বিদ্যুত বৰুৱা

সহযোগী শিল্পী – শ্ৰীমতী দীপমনি হাজৰিকা, শ্ৰীমতী জ্যোতি দত্ত, শ্ৰীমতী বেবী বৰুৱা, শ্ৰীমতী বীনা সোনোৱাল, শ্ৰীমতী পল্লৱিতা হাজৰিকা, শ্ৰীমতী প্ৰণামী হাজৰিকা, শ্ৰীমতী কেতেকী হাজৰিকা (ঘাঁহি গাঁও), শ্ৰীমতী মঞ্জু গগৈ (চৌখামঘাট), শ্ৰীমতী বিনিমাই গগৈ (জালভাৰী)